৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

Indian National Highway ৩৮
৩৮
ৰাষ্ট্ৰীয় ঘাইপথ ৩৮

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথটো মানচিত্ৰত দেখা গৈছে
পথটোৰ তথ্য
দৈৰ্ঘ্য: 54 km (34 mi)
প্ৰধান জংছনসমূহ
পশ্চিম end: মাকুম, অসম
East end: লেখাপানী, অসম
অৱস্থিতি
ৰাজ্যসমূহ: অসম
মূল
লক্ষ্যস্থানসমূহ:
ডিগবৈ - লিডু
প্ৰধান পথ ব্যৱস্থা

ভাৰতীয় পথ নেটৱৰ্ক
ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

ৰাষ্ট্ৰীয় ঘাইপথ  ৩৭ এ ৰাষ্ট্ৰীয় ঘাইপথ  ৩৯

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 38, চমুকৈ NH 38) হৈছে অসমৰ দুখন চহৰক সংযোগ কৰা এটা কম দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে মাকুম আৰু লেখাপানীক সংযোগ কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৪ কিঃমিঃ (৩৪ মাইল)।[1]

সংযোজিত ঠাইসমূহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]