গেছ ধ্ৰুৱক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
R ৰ মান
[1]
একক
(V P T −1n−1)
8.314 4598(48) JK−1mol−1
৮.৩১৪৪৫৯৮(48) kJK−1 kmol−1
৮.৩১৪৪৫৯৮(48)×107 erg K−1 mol−1
৮.৩১৪৪৫৯৮(48)×10−3 amu (km/s)2 K−1
৮.৩১৪৪৫৯৮(48) L kPa K−1 mol−1
৮.৩১৪৪৫৯৮(48)×103 cm3 kPa K−1 mol−1
৮.৩১৪৪৫৯৮(48) m3Pa K−1 mol−1
৮.৩১৪৪৫৯৮(48) cm3MPa K−1 mol−1
৮.৩১৪৪৫৯৮(48)×10−5 m3bar K−1 mol−1
৮.৩১৪৪৫৯৮(48)×10−2 L bar K−1 mol−1
৬২.৩৬৩৫৭৭(36) L Torr K−1 mol−1
১.৯৮৭২০৩৬(11)×10−3 kcal K−1 mol−1
০.০৮২০৫৭৩৩৮(47) L atm K−1 mol−1
৮২.০৫৭৩৩৮(47) cm3  atm K−1 mol−1

গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে-  আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য। এই ধ্ৰুৱকটো বয়লৰ সূত্ৰ, চাৰ্লচৰ সূত্ৰ, এভ'গেড্ৰ'ৰ সূত্ৰ আৰু গে'-লুছাকৰ সূত্ৰৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক R বা R) চিহ্নৰে সূচোৱা হয়। গেছ ধ্ৰুৱকৰ মান হ'ল:

৮.৩১৪৪৫৯৮(48) Lua error in Module:Convert at line 1778: attempt to index field 'en_option_name' (a nil value).[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "CODATA Value: molar gas constant". The NIST Reference on Constants, Units, and Uncertainty. US National Institute of Standards and Technology. June 2015. http://physics.nist.gov/cgi-bin/cuu/Value?r। আহৰণ কৰা হৈছে: 2015-09-25. "2014 CODATA recommended values"