গহপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গহপুৰ
—  মহকুমা  —
গহপুৰ
গহপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
মহকুমাধিপতি
জনসংখ্যা 9,408 (2001)
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. +০৫:৩০)
মাটিকালি

উচ্চতা


69 m (226 ft)

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমশোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ৷ ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়৷

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

গহপুৰ 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63- অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশত অৱস্থিত৷[1] আনহাতে সমুদ্ৰ পৃষ্ঠৰ পৰা ৬৯ মিটাৰ (২২৬ ফুট)উচ্চতাত অৱস্থিত৷ নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে৷ লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে৷

চাৰিসীমা[সম্পাদনা কৰক]

উত্তৰে- অৰুণাচল প্ৰদেশ

দক্ষিনে- ব্ৰহ্মপুত্ৰ নদী

পূবে- লখিমপুৰ জিলা

পশ্চিমে- বিশ্বনাথ চাৰিআলি

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ ভাৰতৰ জনগণনা অনুসৰি, গহপুৰৰ জনসংখ্যা ৯৪০৮৷ মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ গহপুৰৰ শিক্ষিতৰ হাৰ হৈছে ৭২%, ইয়াৰে পুৰুষ ৭৭%, আৰু মহিলা ৬৬%৷[2]

ৰাজনীতি[সম্পাদনা কৰক]

গহপুৰ তেজপুৰ (লোকসভা সমষ্টি)ৰ অংশ৷ গহপুৰ বিধান সভা নিৰ্বাচনে উত্তৰ অসমৰ এটা বৃহৎ অঞ্চল হাৱাজানৰ পৰা বুৰৈলৈকে সামৰি লয়৷

উচ্চ শিক্ষা প্ৰতিষ্ঠান[সম্পাদনা কৰক]

সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান[সম্পাদনা কৰক]

ঐতিহাসিক ক্ষেত্ৰ(দ'ল/দেৱালয়/সত্ৰ)[সম্পাদনা কৰক]

এই সমূহৰ উপৰিও গহপুৰ মহকুমাত যথেষ্ট সংখ্যক দ'ল,দেৱালয়,সত্ৰ তথা ঐতিহাসিক স্মৃতি বিজৰিত স্থান আছে ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

তথ্যচিত্ৰ- Gohpur-The Golden glory By AG CREATION (YouTube যোগে উপলব্ধ)