অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঔ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঔ'ৰ গৌণ প্ৰতীক। 'ঔ'ৰ এই ৰূপ হ'ল 'ৌ'।[3] যেনে ক্+ঔ=ৌ আদি।

'ঔ'ৰ পৰা আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

কিছু উদাহৰণ হ'ল---

  • ঔটেঙা
  • ঔষধ
  • ঔদাৰ্য
  • ঔধস্য
  • ঔন্নত্য
  • ঔত্পত্তিক আদি।

ঔ-কাৰ যুক্ত শব্দৰ উদাহৰণ[সম্পাদনা কৰক]

  • বৌ
  • সৌভাগ্য
  • ৰৌ
  • লৌহ
  • গৌণ
  • মৌন আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ অসমীয়া বৰ্ণমালা-- স্বৰবৰ্ণৰ মতে
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫